Posted inNews

ৰাজ্যৰ ৬৮.৪ শতাংশ শিশু ৰক্তহীনতাত আক্ৰান্ত

ৰাজ্যত ৰক্তহীনতাত আক্ৰান্ত শিশুৰ সংখ্যা প্ৰায় দুগুণ বৃদ্ধি সমগ্ৰ ৰাজ্যৰ সকলো খণ্ডতেই সৰ্বাংগীণ উন্নতিৰ ঢাক-ঢোল বজাই অহা শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ আন এক বিফলতা প্ৰকাশ পালে বছৰটোৰ অন্তিম সময়ছোৱাত। দেশ অথবা ৰাজ্য এখনৰ ভেটিটো সবল হ’বলৈ সকলোতকৈ প্ৰয়োজনীয় দুটি খণ্ড হ’ল স্বাস্থ্য আৰু শিক্ষা। যি সময়ত শিক্ষাই ভৱিষ্যত প্ৰজন্মটোক সুৰক্ষিত কৰে সেই সময়তেই স্বাস্থ্যই কেৱল ভৱিষ্যতেই […]