Posted inদেশ-বিদেশ

শ্বাহৰুখ পুত্ৰ আৰিয়ানৰ লগত নাম সাঙোৰ খাই পৰা অনন্যা পাণ্ডেলৈ এন চি বিৰ চমন

নিউজ ডেস্কঃ শ্বাহৰুখ পুত্ৰ আৰিয়ানৰ লগত নাম সাঙোৰ খোৱা অনন্যা পাণ্ডেলৈয়ো এন চি বিৰ চমন। বৃহস্পতিবাৰে ঘটনাৰ সংক্ৰান্তত অভিনেত্ৰী অনন্যা পাণ্ডেৰ ঘৰত অভিযান চলাই এনচিবিয়ে। এনচিবিয়ে আজি অভিনেত্ৰীগৰাকীক কৰিব পাৰে সোধা-পোছা। ইতিমধ্যে অনন্যা পাণ্ডেৰ ঘৰৰ পৰা কেইবাটাও ফোন, লেপটপ আৰু ইলেক্ট্ৰনিক সামগ্ৰী জব্দ কৰিছে। এনচিবিয়ে লাভ কৰা হোৱাটচএপ চ্যাটত দেখা গৈছিল যে, আৰিয়ান খান আৰু অনন্যা […]