Posted inNews

পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকক হত্যা !

নিউজ ডেস্কঃ গহপুৰৰ বাবুল বৰুৱাৰ পিছত পুনৰ বহিঃৰাজ্যত হত্যা কৰা হৈছে অসমৰ যুৱকক। বিশ্বনাথৰ মোনাবাৰীৰ ডেকাপথাৰৰ কুমাৰ লামা নামৰ লোকজনৰ মতৃদেহ অন্ধ্ৰ প্ৰদেশৰ গোদাবাৰীত উদ্ধাৰ কৰা হৈছে। চেন্নাইৰ এখন হোটেল কাম কৰা কুমাৰ লামা কেনেকৈ অন্ধ্ৰ প্ৰদেশ পালেগৈ সেয়া এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। শেহতীয়া ভাৱে অন্ধ্ৰ প্ৰদেশৰ ৰাজমান্দ্ৰী থানাই কুমাৰ লামাৰ পৰিয়ালৰ সৈতে যোগাযোগ […]