Posted inকলা-সংস্কৃতি/মনোৰঞ্জন

‘মিছ ইউনিভাৰ্ছ ২০২০’খিতাপ অৰ্জন কৰিলে মেক্সিক’ৰ এণ্ড্ৰিয়া মেজাই

নিউজ ডেস্কঃ এইবাৰৰ ‘মিছ ইউনিভাৰ্ছ২০২০’ৰ মুকুট শিৰত পৰিধান কৰিলে মিছ মেক্সিকো এণ্ড্ৰিয়া মেজাই। প্ৰতিযোগিতাখনত প্ৰথম ৰাণাৰ্ছ আপ ব্ৰাজিলৰ জুলিয়া গামায়ে, দ্বিতীয় ৰাণাৰ্ছ আপ পেৰুৰ  জেনিক মেচেটাই, তৃতীয় ৰাণাৰ্ছ আপ ভাৰতৰ এডলিন কাষ্টেলিনোয়ে আৰু চতুৰ্থ ৰাণাৰ্ছ আপৰ খিতাপ অৰ্জন কৰিলে ডমিনিকান ৰিপাব্লিকৰ কিম্বাৰলি পেৰেজয়ে। ৬৯সংখ্যাক ”মিছ ইউনিভাৰ্ছ” সৌন্দৰ্য প্ৰতিযোগিতাখনত ৭৪খন দেশে অংশগ্ৰহণ কৰিছিল। ফ্লৰিডাৰ হাৰ্ড ৰক […]