Posted inঅসম

অৱসৰকালীন সাহাৰ্য প্ৰদানৰ দাবীত ছয়গাঁৱত অংগনবাড়ী কৰ্মী, সহায়িকাৰ প্ৰতিবাদ

ছয়গাঁও: ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক অৱসৰকালীন সাহাৰ্য প্ৰদান কৰা, অৱসৰৰ বয়স ৬৫ বছৰলৈ বৃদ্ধি কৰাৰ দাবীত অজি ছয়গাঁৱৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে ছয়গাঁও চি ডি পি অ’ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। সদৌ অসম অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ অন্তৰ্গত ছয়গাঁও প্ৰকল্প কমিটিৰ নেতৃত্বত ধৰ্ণাত অংশগ্ৰহণ কৰা কৰ্মী, সহায়িকাসকলে তেওঁলোকৰ দাবীৰ সমৰ্থনত ‘‘মাননীৰ […]