নিউজ ডেস্কঃ জনপ্ৰিয় কন্ঠশিল্পী অংগৰাগ পাপন মহন্তৰ আজি জন্মদিন। ৪৬বছৰৰ দেওনা পাৰ কৰিলে কন্ঠশিল্পী গৰাকীয়ে। ২৪নৱেম্বৰ ১৯৭৬চনত গুৱাহাটীত জন্মগ্ৰহণ কৰিছিল অংগৰাগ পাপন মহন্তই। অসমৰ সংগীতজগতৰ অতিকৈ জনপ্ৰিয় সংগীত শিল্পী খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ পুত্ৰ পাপনে পিতৃ-মাতৃৰ পদাংক অনুসৰণ কৰিয়ে সংগীতৰ ক্ষেত্ৰখনত খোজ পেলায়। ২০০৫ চনত পাপনৰ প্ৰথম এলবাম “জোনাকী ৰাতি” মুক্তি পায়, তাৰ পাছত […]