Posted inঅসম

পৌৰসভা নিৰ্বাচনত মহিলাৰ বাবে বিশেষ সংৰক্ষণৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

গুৱাহাটী : হেঙেৰাবাৰীস্থিত বাজপেয়ী ভৱনত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশ, মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই আজি এখন সংবাদমেল সম্বোধন কৰে৷ সংবাদমেল যোগে মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই যোৱা ৫ ডিচেম্বৰ তাৰিখে শোণিতপুৰ জিলাত অনুষ্ঠিত হৈ যোৱা মহিলা মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আগন্তুক পৌৰসভা নিৰ্বাচনত মহিলাৰ বাবে আসন সংৰক্ষণৰ যি বিশেষ […]