গুৱাহাটী : অসম পশুধন নিগমৰ দ্বাৰা গুৱাহাটীৰ বিৰুবাৰীত নৱ নিৰ্মিত বিপনী ‘সতেজ’ শুকুৰবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই। পথাৰো আমাৰো, বজাৰো আমাৰ কাৰ্যসূচীৰ আধাৰত নিগমে নিজাববীয়াকৈ নিৰ্মাণ কৰি উলিওৱা এই বিপনীখনৰ জৰিয়তে সতেজ, স্বাস্থ্যসন্মত মাংস আৰু দুগ্ধজাত সামগ্ৰীৰ লগতে থলুৱা ভাৱে প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী উপলব্ধ হ’ব। ‘সতেজ’ বিপনী […]