নিউজ ডেস্ক: বহিষ্কৃত প্রদেশ যুৱ কংগ্ৰেছৰ নেত্রী অংকিতা দত্তই ৰুজু কৰা যৌন নিৰ্যাতনৰ গোচৰত এইবাৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্রীনিবাস বি ভি। শেহতীয়া ভাৱে শ্ৰীনিবাসে গৌহাটী উচ্চ ন্যায়ালয়ৰ পৰা জানিম লাভ নকৰাত প্ৰত্যাহ্বান জনাই দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত জামিন আবেদন কৰে। আজি উচ্চতম ন্যায়ালয়ে শ্রীনিবাসে দাখিল কৰা জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব। […]