Posted inক্ৰীড়া

এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জ নিশ্চিত লাভলিনাৰ

নিউজ ডেস্ক: জৰ্ডানৰ আম্মানত চলি থকা এছিয়ান বক্সিং চেম্পিয়নশ্বিপত বৰ্ঞ্জৰ পদক নিশ্চিত কৰিলে অসমৰ লাভলিনা বৰগোহাঁইয়ে। শনিবাৰে লাভলিনাই ৭৫ কিলোগ্ৰাম শাখাত কাজাখস্তানৰ ভেলেণ্টিনা খালজোভা (Valentina Khalzova)-ৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰে। শনিবাৰে নিশা অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত লাভলিনাই এখন তীব্ৰ প্ৰত্যাহ্বানপূৰ্ণ খেলত খালজোভাৰ বিৰুদ্ধে ৩-২ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে অসমৰ ২৫ বছৰীয়া বক্সাৰগৰাকীয়ে টকিঅ’ […]