নিউজ ডেস্কঃ কিছুমান চৰকাৰী কৰ্মচাৰীৰ যেন নেজ ডাল কেতিয়াও চিধা নহয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰ্মচাৰীক যিমানেই ঘোচ নল’বলৈ কৈ আছে সিমানেই যেন একাংশ অবুজন। আজি দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই বিশ্বনাথৰ পৰা দুজন আৰু গুৱাহাটীৰ GMC ৰ পৰা এজন ঘোচ লৈ থকাৰ সময়ত হাতে লোতে ধৰা পেলায়। বিশ্বনাথৰ বাঘমৰা মৌজাৰ ছয় নম্বৰ লাটৰ […]
Tag: anti-corruption branch
Posted inঅসম