Posted inঅসম

প্ৰবীণ অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যই দেহাৱসান

অৱশেষত অলেখ অনুৰাগীক ব্যথিত কৰি কভিডত আক্ৰান্ত হৈ জীৱন নাট সামৰিলে ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথমগৰাকী নায়িকা আৰু কলাগুৰু-নটসূৰ্য পৰিচালিত কালজয়ী চিনেমা ‘চিৰাজ’ৰ ‘ফাতেমা’ অনুপমা ভট্টাচাৰ্যই ৷ অনুপমা ভট্টাচাৰ্যই ‘নিমিলা অংক’, ‘নতুন পৃথিৱী’, ‘মানৱ আৰু দানৱ’, ‘মন আৰু মৰম’কে ধৰি প্ৰায় ১৪খন ছবিত অভিনয় কৰিছিল। নটৰাজ থিয়েটাৰত দুবছৰৰ বাবে চুক্তিবদ্ধ হৈ তেওঁ চিৰাজউদ্দোলা, কিয়, ভোগজৰা, কাশ্মীৰ কুমাৰী […]