লক্ষ্য অলিম্পিক ২০৩৬। কিন্তু খেলৰ বাবে নহয় বৰং আয়োজনৰ বাবেহে। বুধবাৰে এই ঘোষণা কৰে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে। ২০৩৬ বৰ্ষৰ অলিম্পিক আয়োজনৰ বাবে আন্ত:ৰাষ্ট্ৰীয় অলিম্পিক কমিটীক প্ৰস্তাৱনা আগবঢ়াইছে ভাৰতে। এতিয়া কেৱল অপেক্ষা ২০২৩ বৰ্ষৰ ছেপ্টেম্বৰ মাহলৈ। আগন্তুক বৰ্ষৰ ছেপ্টেম্বৰ মাহত মুম্বাইত অনুষ্ঠিত কৰা হ’ব আন্ত:ৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ বৈঠক। উক্ত বৈঠকত নিজৰ পৰিকল্পনা দাঙি ধৰিব […]