মঙলদৈ: দেশৰ স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি মঙলদৈত আজি কংগ্ৰেছ দলে ‘স্বাধীনতাৰ গৌৰৱময় যাত্ৰা’ কাৰ্যসূচী আয়োজন কৰে। এই উউলক্ষে মঙলদৈৰ খাটনিয়াপাৰা পঞ্চায়তৰ খেলপথাৰৰ পৰা টাংনি চাৰিআলিলৈ এক বিশাল শোভাযাত্ৰা বাহিৰ কৰা হয়। উক্ত শোভাযাত্ৰাৰ পূৰ্বে খাটনিয়াপাৰা পঞ্চায়তৰ খেলপথাৰত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই স্বাধীনতা আন্দোলনত কংগ্ৰেছৰ […]