Posted inঅসম

বিশিষ্ট সাহিত্যিক ডঃ লক্ষ্মীনন্দন বৰাৰ মৃত্যুত প্ৰদেশ কংগ্ৰেছৰ শোক প্ৰকাশ

গুৱাহাটী : বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ লক্ষ্মীনন্দন বৰাৰ মৃত্যুত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ হৈ গভীৰ শোক প্ৰকাশ কৰিছে সভাপতি ৰিপুণ বৰা আৰু তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় “ডঃ লক্ষ্মীনন্দন বৰাদেৱ আছিল এগৰাকী আজন্ম প্ৰতিভাধৰ সাহিত্যিক। অভিনৱ বিষয় বস্তু আৰু অপূৰ্ব কথন […]