গুৱাহাটী : পেগাছাছ কাণ্ডই সমগ্ৰ বিশ্বৰ ৰাজনৈতিক মহলত সৃষ্টি কৰিছে জোকাৰণীৰ। ইজৰাইলৰ পেগাছাছ স্পাইৱেৰ জৰিয়তে বিভিন্ন দেশৰ চৰকাৰে সাংবাদিক, অধিবক্তা, ৰাজনৈতিক নেতা সকলৰ ওপৰত চোৰাংচোৱাগিৰি চলাই আহিছে। শেহতীয়াভাৱে এই চোৰাংচোৱাগিৰিৰ সাম্ভাব্য চিকাৰ হোৱাৰ অভিযোগ উঠিছে ভাৰতৰ ৪০ গৰাকীতকৈ অধিক সাংবাদিক, বিভিন্ন উচ্চ পৰ্যায়ৰ চৰকাৰী বিষয়াৰ লগতে বিৰোধী দলৰ নেতা সকল। এই পেগাছাছ স্পাইৱেৰ চিকাৰ ৰাহুল […]