Posted inঅসম

১৫ খন জিলাৰ ২১২ জনৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী বিশেষ কমিটিৰ

গুৱাহাটী : ২০২১ৰ বিধানসভা নিৰ্বাচনৰ সময়ত একাংশ কংগ্ৰেছৰ নেতা-কৰ্মীয়ে বিৰোধীক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সহায় কৰাৰ অভিযোগ উত্থাপিত হৈছিল। সেই সকলৰ বিৰুদ্ধে তদন্ত কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছৰ বিশেষ কমিটী গঠন। কমিটীয়ে ১৫ খন জিলাৰ ২১২ জনৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে। ১৫ দিনৰ ভিতৰত কাৰণ দেখুওৱাৰ নিৰ্দেশ বহু প্ৰাক্তন সাংসদ, প্ৰাক্তন বিধায়কৰ নাম আছে এই […]