সোণাৰি : অসমত নীতিবৰ্হিভূতভাৱে গঢ়ি উঠা ‘ৱেব পৰ্টেল’সমূহক কঠোৰ আইন প্ৰণয়ন কৰি নিয়ন্ত্ৰণ কৰিবলৈ দাবী জনাইছে ‘আছাম প্ৰেছ ক’ৰেছপণ্ডনেছ ইউনিয়ন’ চমুকৈ ‘আপকু’ৱে। এই দাবীত আজি ‘আপকু’ৰ চৰাইদেউ জিলা সমিতিয়ে জিলা উপায়ুক্তৰ জৰিয়তে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ মন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰিছে ৷ চৰাইদেউ জিলা ‘আপকু’ৰ সভাপতি সুনন্দ গগৈ আৰু সম্পাদক নিৰঞ্জন শইকীয়া স্বাক্ষৰিত স্মাৰকপত্ৰখনত […]