Posted inNews

অসমত যিদৰে লোডশ্বেডিং হ’ব লাগিছিল, তেনেদৰে হোৱা নাইঃ মুখ্যমন্ত্ৰী

নিউজ ডেস্ক- ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পাইছে লোডশেডিং। বিদ্যুতৰ নাটনিয়ে জ্বলা-কলা খুৱাইছে ৰাজ্যবাসীক। ৰাজ্যখনত বিদ্যুতৰ নাটনিৰ সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় গুৱাহাটীকে ধৰি ৰাজ্যৰ আন ঠাইত যিদৰে লোডশেডিং হ’ব লাগিছিল, তেনেদৰে লোডশ্বেডিং হোৱা নাই। এপিডিচিএলে জনোৱা অনুসৰি অসমত তেনেদৰে লোডশেডিং হোৱাৰ সম্ভাবনাও নাই। কালি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ সকলো ঠাইতে বিদ্যুতৰ নাটনি আছে। কিন্তু […]