Posted inঅসম

এপিডিচিএলৰ খালী পদ পূৰণৰ বাবে হৈ যােৱা পৰীক্ষাৰ ফলাফল ঘােষণা কৰা হ’ব

গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে শক্তিমন্ত্রী বিমল বৰাৰ উপস্থিতিত গুৱাহাটীৰ বিজুলী ভৱনত আয়ােজিত এক বৈঠকত অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল), অসম শক্তি উৎপাদন নিগম লিমিটেড (এপিজিচিএল) আৰু অসম বিদ্যুৎ সংবহন নিগম লিমিটেড (এইজিচিএল)ৰ বিভিন্ন কাম-কাজৰ পর্যালােচনা কৰে। মুখ্য সচিব তথা শক্তিখণ্ডৰ এই তিনিওটা কোম্পানীৰ অধ্যক্ষ জিষ্ণু বৰুৱাই এই বৈঠকত ভিডিঅ’ কনফাৰেন্সিং […]