ডিফু: পাহাৰীয়া জিলা কাৰ্বি আংলংৰ আঞ্চলিক দল APHLC কেইবা গৰাকী নেতাই আজি বিজেপিত যোগদান কৰে ৷ সোমবাৰে কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদীয় সমষ্টি বিথুং ৰেংথামাৰ অন্তৰ্গত কলঙাৰ সাতগৰাকী APHLC ৰ নেতা ক্ৰমে দিলীপ বে, ফুকন কৰমচা,প্ৰবীন হানচে,ৰোনিত হানচে,ধনীৰাম ৰংহাং,ৰোলিন বেপি আৰু কাবোন ৰংহাংপিয়ে কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপস্থিতিত আনুষ্ঠানিকভাৱে […]