Posted inঅসম

APSC-ৰ নতুন অধ্যক্ষ ভাৰত ভূষণ দেৱ চৌধুৰীলৈ তদন্ত আয়োগৰ জাননী

গুৱাহাটী: মাত্ৰ কিছুদিন পূৰ্বে অসম লোকসেৱা আয়োগৰ অধ্যক্ষৰ আসনত বহা ভাৰত ভূষণ দেৱ চৌধুৰীলৈ তদন্ত আয়োগৰ জাননী। ২০১৪ চনত অসম লোকসেৱা আয়োগত সংঘটিত নিযুক্তি কেলেংকাৰীৰ গোচৰত চৌধুৰীক জাৰি কৰা হৈছে এই জাননী। প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ তদন্ত আয়োগে ভাৰত ভূষণ দেৱ চৌধুৰীলৈ এই জাননী জাৰি কৰে। উল্লেখযোগ্য যে যোৱা ১৮ আগষ্টত অসম লোকসেৱা আয়োগৰ […]