Posted inNews

২০১৩ বৰ্ষৰ APSCৰ কেলেংকাৰিৰ তথ্য বিচাৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে

নিউজ ডেস্ক- ২০১৩ বৰ্ষৰ অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত কেলেংকাৰীৰ ঘটনা সংঘটিত হৈছিল। উক্ত সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত সংঘটিত কেলেংকাৰিৰ তথ্য বিচাৰি জাননী জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ ২০১৩ বৰ্ষৰ সংঘটিত কেলেংকাৰিৰ সন্দৰ্ভত আৰক্ষীয়ে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত তথ্য বিচাৰি জাননী জাৰি কৰিছে। উক্ত জাননীৰ জৰিয়তে […]