Posted inমুখ্যপৃষ্ঠা

ৰাকেশ পালক সহযোগ কৰা প্রাক্তন বিষয়া-কৰ্মচাৰীক তলব কৰিব তদন্ত আয়োগে

নিউজ ডেস্ক: অসম লোকসেৱা আয়োগৰ কেইবাজনো পূৰ্বৰ বিষয়া-কৰ্মচাৰীক তলব কৰিবলৈ প্ৰস্তুতি চলাইছে ন্যায়িক তদন্ত আয়োগে। ৰাকেশ পালৰ দিনত সংঘটিত বিয়াগোম চাকৰি কেলেংকাৰিৰ তদস্ত কৰিবৰ বাবে অসম চৰকাৰে গঠন কৰি দিয়া অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লব কুমাৰ শৰ্মা নেতৃত্বাধীন এজনীয়া তদন্ত আয়োগে সম্প্রতি ২০১৪ চনত সংঘটিত কেলেংকাৰিৰ তদন্ত কৰি আছে। আয়োগে ইতিমধ্যে কেইবাজনো লোকসেৱা আয়োগৰ প্ৰাক্তন কৰ্মচাৰী আৰু […]