Posted inঅসম

এন আৰ চিৰ প্রাক্তন মুখ্য সমন্বয়কৰ বিৰুদ্ধে এ পি ডব্লিউৰ গোচৰ

গুৱাহাটী : ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্রক্রিয়াত অবৈধ বিদেশী নাগৰিকৰ নাম সন্নিবিষ্ট কৰাৰ অভিযোগ উত্থাপন কৰি নতুন চৰকাৰৰ হস্তক্ষেপ আৰু তদন্ত বিচাৰি প্রতীক হাজেলাৰ বিৰূদ্ধে অপৰাধ অনুসন্ধান শাখাত গোচৰ এ পি ডব্লিউৰ সভাপতি আভিজিৎ শর্মাৰ। এন আৰ চিৰ প্রাক্তন মুখ্য সমন্বয়ক প্রতীক হাজেলাই ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্রক্রিয়াত একাংশ দেশদ্রোহী অবৈধ বিদেশীৰ ৰক্ষক ৰূপী পুঁজিপতি দালালৰ হৈ কাম কৰাৰ অভিযোগ […]