Posted inক্ৰীড়া

শৰবৃদ্ধ হোৱা শিৱাংগিনী আকৌ সাজু যুঁজৰ বাবে

নিউজ ডেস্কঃ জীৱনৰ এক অনাকাংক্ষিত দূৰ্ঘটনা ঘটি যোৱাৰ পিছত পুনৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে সাজু আৰ্চাৰ  শিৱাংগিনী গোঁহাই। ২১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ মহাৰাষ্ট্ৰৰ অমৰাৱতীত অনুষ্ঠিত হৈছে ৩৮ সংখ্যক “ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় আৰ্চাৰি”। এই প্ৰতিযোগিতাৰ ছোৱালী কম্পাউণ্ডত অংশগ্ৰহণ কৰিব শিবাংগীনিৰ সৈতে মাধুৰী মেধী আৰু সুদিষ্ণা বৰাই। সোমবাৰে তিনিওগৰাকী কণমানি আৰ্চাৰে গুৱাহাটী ৰেল ষ্টেচনৰ পৰা মহাৰাষ্ট্ৰ অভিমুখে […]