নিউজ ডেস্ক : মাৰ্কিন যুক্তৰাষ্ট্ৰত অনুষ্ঠিত আৰ্চাৰি ৱৰ্ল্ড কাপ ফাইনেল (WCF)-ত ভাৰতৰ দীপিকা কুমাৰী আৰু অতনু দাসে ব্ৰঞ্জৰ পদকৰ পৰা বঞ্চিত হয়। ফলত ভাৰতে শুদা-হাতে প্ৰতিযোগিতাখনৰ পৰা উভতিব লগা হৈছে। বৃহস্পতিবাৰে অনুষ্ঠিত মহিলাৰ ব্যক্তিগত শাখাত দীপিকা কুমাৰী অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰা জাৰ্মানীৰ মিচেল ক্ৰপেনৰ হাতত পৰাস্ত হ’ব লগা হয়, তেওঁ জাৰ্মান প্ৰতিদ্বন্দী গৰাকীৰ ওচৰত […]