Posted inঅসম

বক্সাৰ যমুনা বড়ো,আৰ্ছাৰী খেলুৱৈ সঞ্জয় বড়োক আবকাৰী পৰিদৰ্শক ৰূপে নিযুক্তি

গুৱাহাটীঃ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো ক্ৰীড়া পেঞ্চন দিৱস হিচাপে কলাক্ষেত্ৰত ৰাজ্য চৰকাৰে আয়োজন কৰা ‘আমাৰ খেলুৱৈ আমাৰ সন্মান’ শীৰ্ষক অনুষ্ঠান ৷ ইয়াৰ লগত সংগতি ৰাখি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা হৈছে বিশেষ কাৰ্যসূচী ৷ এই অনুষ্ঠানত বক্সাৰ যমুনা বড়ো আৰু আৰ্ছাৰী খেলুৱৈ সঞ্জয় বড়োক আবকাৰী পৰিদৰ্শক পদত নিযুক্তি দিয়ে ৰাজ্য় চৰকাৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব […]