Posted inঅসম

কোকৰাঝাৰত আৰ্চাৰী বাচনি শিবিৰ

নিউজ ডেস্কঃ কোকৰাঝাৰ জিলা ক্রীড়া সন্থাৰ খেলপথাৰত শনিবাৰৰ দুদিনীয়াকৈ ৰাজ্যিক পৰ্যায়ৰ আৰ্চাৰী বাছনি শিবিৰ অনুষ্ঠিত কৰা হৈছে। সদৌ অসম আৰ্চাৰী সন্থাৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে এই শিবিৰ। অহা মাৰ্চ মাহত গুজৰাটত অনুষ্ঠিত হ’ব লগীয়া ৪২ সংখ্যক এন টি পি চি ছিনিয়ৰ নেচনেল আৰ্চাৰী চেম্পিয়নশিপৰ বাবে এই বাচনি শিবিৰ অনুষ্ঠিত কৰা হৈছে। বাছনি শিবিৰত অসমৰ বিভিন্ন […]