Posted inNews

Argentina 3(4)-3(2) French : বিশ্বকাপ ফাইনেলৰ Tactical Analysis

মহাকাব্যিক চিনেমাৰ চিত্ৰনাট্য এনেকৈয়ে চাগে লিখা হয়! ঘনে ঘনে দৃশ্যপট সলনি ৷ শ্বাসৰুদ্ধকৰ পৰিস্থিতি ৷ আৰু এক বিস্ফোৰক কিন্তু নান্দনিক পৰিসমাপ্তি৷ লুচেইলত কালি নিশা যি হ’ল সেয়া যেন কোনোবাই পূৰ্বে নিৰ্ধাৰণ কৰি থোৱা চিত্ৰনাট্যইহে পৰিচালনা কৰিলে৷ যিখন ফাইনেল অপ্ৰত্যাশিতভাৱে একপক্ষীয় হ’বলৈ গৈ আছিল, যিখন ফাইনেলে লিঅ’নেল মেছিক অতি সহজে তেওঁৰ বহু আকাংক্ষিত বিশ্বকাপ দিবলৈ গৈ […]