Posted inক্ৰীড়া

ক’পা আমেৰিকা কাপত চেম্পিয়ন হ’ল মেছীৰ দল আৰ্জেণ্টিনা

ক’পা আমেৰিকা চেম্পিয়নশ্বিপত ব্ৰাজিলক পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰিলে আর্জেণ্টিনাই | ব্ৰাজিলৰ মাটিতে ৰিঅ’ ডি জেনেৰিঅ’ৰ মাৰকানা ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত এঞ্জেল ডি মাৰিয়াই দিয়া একমাত্ৰ গ’লৰ সহায়ত চেম্পিয়ন হয় আৰ্জেণ্টিনাই। ২৮ বছৰ পিছত এই ট্ৰফী জিকিবলৈ সক্ষম হয় আৰ্জেণ্টিনা। দলটোৱে ইয়াৰ পূৰ্বে ১৯৯৩ চনত এই ট্ৰফী জিকিছিল। তাৰকা ষ্ট্ৰাইকাৰ লিয়’নেল মেছীৰ নেতৃত্বত আৰ্জেণ্টিনা দলে […]