Posted inঅসম

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ‘ৰাজ্যিক ক্রীড়া দিৱস’ উদযাপন

নিউজ ডেস্ক : এছিয়ান গে’মছ স্বৰ্ণ অৰ্জন কৰা প্ৰথমজন অসমীয়া অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটোক ৰাজ্য চৰকাৰে আজি ‘ৰাজ্যিক ক্রীড়া দিৱস’ হিচাপে উদযাপন কৰে। এই উপলক্ষে আজি গুৱাহাটীৰ কলাক্ষেত্ৰত চৰকাৰে কেন্দ্ৰীয়ভাৱে অৰ্জুন বঁটা বিজয়ী দৌৰবিদ গৰাকীৰ জন্মদিন উদযাপন কৰে। ইয়াৰ পূৰ্বে আজি পুৱাৰ ভাগতে টুইটাৰ যোগে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভোগেশ্বৰ বৰুৱাক জন্মদিনৰ শুভেচ্ছা জনায়। […]