নিউজ ডেস্ক : বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ দৰঙামেলাত অসম আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গুলী বাৰুদৰ অৱশিষ্ট উদ্ধাৰ কৰা বুলি মঙলবাৰে জানিবলৈ দিয়ে। প্ৰাপ্ত তথ্য মতে সোমবাৰে জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং আৰু তামুলপুৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি কলিতাৰ নিৰ্দেশমৰ্মে আজি কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিলভজ্যোতি নাথে দৰঙামেলা আৰক্ষীৰ সহযোগত অভিযান চলাই উক্ত বিস্ফোৰক সামগ্ৰীখিনি জব্দ […]
Tag: ARMS RECOVER
Posted inঅসম
কোকৰাঝাৰত মাৰণাস্ত্ৰ উদ্ধাৰ
Posted inঅসম