Posted inদেশ-বিদেশ

ভাৰতীয় সেনাবাহিনীৰ মুৰব্বী হিচাপে মনোজ পাণ্ডেৰ দায়িত্বভাৰ গ্ৰহণ

নিউজ ডেস্কঃ ভাৰতীয় সেনাবাহিনীৰ ২৯তম মুৰব্বী হিচাপে আজি দায়িত্বভাৰ গ্ৰহণ কৰে মনোজ পাণ্ডে। বৰ্তমানৰ জেনেৰেল এম এম নাৰাভানে শনিবাৰে অৱসৰ গ্ৰহণ কৰে। বিদায়ী CDS মনোজ মুকুন্দ নাৰাৱানেৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰিলে পাণ্ডেই। আনহাতে দেশৰ নতুন উপ-সেনা প্ৰধান হিচাপে নিযুক্তি দিয়া হ’ল লেফটেনেণ্ট জেনেৰেল বি এছ ৰাজুক ।লেফটেনেণ্ট ৰাজুৱে নতুন উপ-সেনা প্ৰধান হিচাপে ১ মে’ত দায়িত্ব […]