Posted inNews

উৎকোচ লৈ হাতে-লোতে ধৰা পৰিল দুই লাট মণ্ডল

নিউজ ডেস্ক: মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল আন দুজন চৰকাৰী কৰ্মচাৰী । উৎকোচ লৈ হাতে-লোতে ধৰা পৰিল মৰিগাঁৱ ভূৰাগাঁও ৰাজহ চক্ৰ বিষয়া কায্যালয়ত কৰ্মৰত জালাউদ্দিন শ্বেখ। লগতে শিৱসাগৰৰ নাজিৰা ৰাজহ চক্ৰৰ দিগন্ত বৰুৱা। ইটাভাটাৰ নিৰ্মাণৰ বাবে মাটি NOC দিয়া নামত পাচ লাখ টকা দাবী কৰিছিল ফাইজুদ্দিন নামৰ এজন লোকক। অগ্ৰীম ধন হিচাপে জালাউদ্দিনে লোকজনৰ […]