Posted inNews

চৰকাৰী চাকৰি দিয়াৰ নামত ধন বিচাৰি ৰঙাঘৰৰ আলহী হ’ল প্ৰৱঞ্চক মনোজ তামুলী

নিবনুৱা সংখ্যা বৃদ্ধিৰ লগে লগে একাংশ প্ৰৱঞ্চকে চাকৰি দিম বুলি বহু চাকৰি প্ৰত্যাশী যুৱক-যুৱতীক প্ৰলোভনৰ জালত পেলাবলৈ সদাসষ্টম হৈ থাকে৷ গেৰুকামুখৰ এগৰাকী যুৱতীৰ পৰা বন বিভাগত চাকৰি দিয়া নামত ৩ লাখ টকা বিছৰা প্ৰৱঞ্চক মনোজ তামুলীক গ্ৰেপ্তাৰ কৰে ধেমাজি আৰক্ষীয়ে৷ জানিব পৰা মতে, কিছুদিন পূৰ্বে ডিব্ৰুগড়ত সাক্ষাৎকাৰ সম্পন্ন হৈছিল বন বিভাগৰ চাকৰিৰ৷ চাকৰি দিয়াৰ বিনিময়ত […]