Posted inঅসম

আইন এখন থকাৰ পিছতো বাহিৰৰ গামোছাই কেনেকৈ ভৰি পৰে অসমৰ বজাৰ

অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন । বসন্তক আদৰিবলৈ ঢোল-পেঁপাৰ মাতত ৰজনজনাই উঠিছে ৰাজ্য । হেঁপাহৰ ৰঙালী বিহুক লৈ উখল-মাখল হৈছে ৰাজ্যৰ বজাৰসমূহ । গ্ৰামাঞ্চলৰ সমান্তৰালকৈ নগৰ অঞ্চলসমূহতো ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে । যোৱা দুটা বছৰ ক’ভিডৰ বাবেই বিহুৰ উৎসাহ যথেষ্ট পৰিমাণে ম্লান কৰাৰ পাছত পুনৰ বিগত বৰ্ষসমূহৰ দৰেই এইবাৰো নলবাৰী, […]