Posted inNews

নীলিম মহন্তক জামিন প্ৰদান অৰুণাচল প্ৰদেশৰ আদালতৰ

নিউজ ডেস্ক: অৰুণাচল প্ৰদেশ আৰক্ষীয়ে যোৱা দেওবাৰে গ্ৰেপ্তাৰ কৰা অসমৰ চিত্ৰশিল্পী নীলিম মহন্তক আজি আদালতে জামিন প্ৰদান কৰে। মহন্তৰ উপৰি আদালতে ৰাজ্যখনৰ এগৰাকী অধিবক্ত তথা এক্টিভিষ্ট ইবো মিলিকো জামিন প্ৰদান কৰিছে। জানিব পৰা মতে আজি অৰুণাচল প্ৰদেশৰ এখন আদালতত দুয়োজনকে হাজিৰ কৰোৱাৰ পিছত আদালতে দুয়োকে ৩০০০ টকাৰ বিনিময়ত জামিন প্ৰদান কৰে। উল্লেখযোগ্য যে যে ইটানগৰ […]