Posted inঅসম

কেনভাচৰ চিত্ৰয়ো প্ৰাণ পাই উঠে বোকাখাতৰ বিশ্বব্ৰত শৰ্মাৰ হাতৰ পৰশত

বোকাখাতৰ পৰা উত্তম কুমাৰ শৰ্মাঃ বোকাখাতৰ এগৰাকী প্ৰতিভাৱান চিত্ৰশিল্পী। যাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বহু দৃষ্টিনন্দন দৃশ্যই। অইল পেইন্টিঙৰ পৰা আৰম্ভ কৰি পেঞ্চিল স্কেচ,পৰ্টেইট তথা ৱাটাৰ কালাৰ আদি বিভিন্ন চিত্ৰ অংকণত সুনিপুণ এইজন যুৱ চিত্ৰশিল্পী। কলম্বিয়ান আৰ্ট চ’ছায়িটিৰ দ্বাৰাও প্ৰশংসিত চিত্ৰশিল্পীজন। তেওঁৰ নাম বিশ্বব্ৰত শৰ্মা। জন্মৰ পাছৰ পৰাই “ফাইব্ৰ’ছ ডিচপ্লেচিয়া” নামৰ এক জটিল ৰোগত […]