Posted inঅসম

অৰুণাচলত ১০ লাখ টকাৰ নিচাযুক্ত হেৰ’ইন জব্দ; মহিলাসহ অসমৰ ৫জন ব্যক্তিক গ্ৰেপ্তাৰ

অৰুণাচল প্ৰদেশ আৰক্ষীয়ে শুকুৰবাৰে এক অভিযান চলাই বান্দৰডেৱাৰ সমীপত বৃহৎ পৰিমাণৰ নিচাযুক্ত ড্ৰাগছ হেৰ’ইন জব্দ কৰে। ২১ টা পেকেটত থকা হেৰ’ইনখিনিৰ মূল্য ১০ লাখ টকা হ’ব বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। ইটানগৰ আৰক্ষী থানাৰ অধীক্ষক গৰাকীয়ে জনোৱা মতে এই ঘটনাৰ সৈতে অসমৰ নগাঁও জিলাৰ ৫ গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত লোকসকলৰ ভিতৰত ৩ গৰাকী মহিলাও […]