Posted inঅসম

স্বৰ্নিম বিজয় মাছালক অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰত আদৰণি

তেজপুৰঃ অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰত স্বৰ্নিম বিজয় মাছালক আদৰণি। সোমবাৰে অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰত প্ৰৱেশ কৰিলে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা ১৬ডিচেম্বৰ ২০২০ তাৰিখে ফ্লেগ অফ কৰা স্বৰ্নিম বিজয় মাছাল ৷ সেনাৰ জোৱান সকলে মাৰ্চ পাছ কৰি কামেং চেক্টৰত শীৰ্ষ সেনা বাহিনীৰ বিষয়াক শিখা অৰ্পণ কৰে ৷১৯৭১চনত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বিজয় আৰু বাংলাদেশৰ মুক্তিৰ ৫০ বছৰৰ […]