Posted inNews

জলবিদ্যু প্ৰকল্প নিৰ্মাণৰ অগ্ৰগতি আৰু সুৰক্ষাৰ দিশসমূহ পৰ্যালোচনা শক্তি মন্ত্ৰী আৰ কে সিঙৰ

নিউজ ডেস্ক- আজি নতুন দিল্লীত কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙে এন এইচ পি চি লিমিটেডে অৰুণাচল প্ৰদেশ/অসমত অৱস্থিত সুৱনশিৰি নিম্ন জলবিদ্যুৎ প্ৰকল্প (২০০০ মেগা ৱাট)ৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ বাবে এখন বৈঠক অনুষ্ঠিত কৰে। শক্তি মন্ত্ৰীগৰাকীয়ে নিৰ্মাণৰ অগ্ৰগতি, প্ৰকল্পটোৰ সৈতে জড়িত সুৰক্ষাৰ দিশ আৰু আগন্তুক বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰিবলগীয়া প্ৰস্তুতিৰ পৰ্যালোচনা কৰে।  বৰ্তমানৰ অৱস্থাৰ […]