Posted inদেশ-বিদেশ

অসম আৰক্ষীৰ বিৰুদ্ধে মিছা বাতৰি প্ৰচাৰৰ জৰিয়তে অৰুণাচলীৰ ব্লুপ্ৰিণ্ট

সোণাৰি : লাইলাপুৰৰ পাছত এইবাৰ চৰাইদেউ নেকি ? মিছা বাতৰি প্ৰচাৰৰ জৰিয়তে অসম আৰক্ষীৰ বিৰুদ্ধে অৰুণাচলীৰ ব্লুপ্ৰিণ্ট। শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে চৰাইদেউ জিলাত। অসম আৰক্ষী বেটেলিয়নৰ এটা বৃহৎ দলে চৰাইদেউ জিলাৰ গাতে লাগি থকা অৰুণাচলৰ লংডিং জিলাৰ কাণুবাৰীত উপস্থিত হৈ কোনো বাচ–বিচাৰ নকৰাকৈ অৰুণাচলীসকলে ৰোপণ কৰা […]