Posted inঅসম

অৰুণাচল প্ৰদেশত আটক দুজন NSCN (K-YA)ৰ সদস্যক

মাৰ্ঘেৰিটাঃ উগ্ৰপন্থীৰ বিৰুদ্ধে অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নাম্পঙত অভিযান অব্যাহত আছে আসাম ৰাইফলছৰ। অভিযানৰ সময়চোৱাত আসাম ৰাইফলছৰ জোৱানে আটক কৰে NSCN (K-YA)ৰ দুজন সক্ৰিয় সদস্যক। ইফালে, এই অভিযানতেই জোৱানসকলে জব্দ কৰে দুটাকৈ অগ্নিয়াস্ত্ৰ। আটক কৰা সদস্য দুজনৰ পৰা আসাম ৰাইফলছে জব্দ উদ্ধাৰ কৰিছে এ কে ৰাইফল, দুটা মেগাজিন, ৪৯০ ৰাউণ্ড সজীৱ গুলী, পিষ্টল আদি। আটকা […]