Posted inমুখ্যপৃষ্ঠা

গুজৰাট নিৰ্বাচনৰ পৰা আঁতৰিলে মনীষ ছিছদিয়াক ঘূৰাই দিয়াৰ প্ৰস্তাৱ বিজেপিৰঃ কেজৰিৱাল

নিউজ ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে। সাংবাদিকৰ আগত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে- ‘বিজেপিয়ে মোক প্ৰস্তাৱ দিছে যে- গুজৰাট নিৰ্বাচনৰ পৰা মই আঁতৰিব লাগে, তেতিয়াহে সত্যেন্দ্ৰ জৈন আৰু মনীষ ছিছদিয়াক এৰি দিব।’ চিবিআই-য়ে মনীষ ছিছদিয়াক সোধপোছ কম কৰিছে আৰু বেছিকৈ এই কথা কৈছে যে কেজৰিৱালৰ সংগ এৰি দিব লাগে, […]