নিউজ ডেস্কঃ গুৱাহাটীলৈ আহি আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান। আম আদমি পাৰ্টীৰ অসম ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ অনুৰোধমৰ্মে ২ এপ্ৰিলত দুই গৰাকী মুখ্যমন্ত্ৰী গুৱাহাটীলৈ আহিব দেওবাৰে এক সংবাদমেল যোগে এই কথা জানিবলৈ দিয়ে। সংবাদমেলৰ জৰিয়তে আম আদমি পাৰ্টীৰ ৰাজ্যিক সমন্বয়ক ডা০ ভবেন চৌধুৰী আৰু উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই জনাই যে, অসমৰ […]