Posted inদেশ-বিদেশ

ড্ৰাগছৰ গোচৰত শ্বাহৰুখ খানৰ তনয় আৰিয়ানক নিৰ্দোষী ঘোষণা এন চি বিৰ

নিউজ ডেস্ক: নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)- এ মুম্বাইৰ ক্ৰুজ জাহাজত ড্ৰাগছ গোচৰত সাঙোৰ খাই পৰা বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক আজি নিৰ্দোষী ঘোষণা কৰে। উক্ত গোচৰত আৰিয়ান খানকে ধৰি ১৯ জনক গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰে দুগৰাকী অভিযুক্তৰ বাহিৰে আন আটাই কেইগৰাকী অভিযুক্ত বৰ্তমান জামিনত আছে।   এক বিবৃতিত এনচিবিয়ে কয়, “বিগত বৰ্ষৰ ২ […]