Posted inদেশ-বিদেশ

তিনি সপ্তাহৰ পিছত জামিন পালে ছাহৰুখ খানৰ তনয় আৰিয়ানে

নিউজ ডেস্ক : জামিন লাভ কৰিলে বলিউডৰ বাদশ্বাহ ছাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানে। ড্ৰাগছৰ গোচৰত নাৰ্ক’টিক্স কন্ট্ৰল ব্যূৰ’ৰ হাতত গ্ৰেপ্তাৰ হৈ বিগত ২৫ দিন ধৰি কাৰাবন্দী হৈ আছিল ২৩ বছৰীয়া আৰিয়ান। বৃহস্পতিবাৰে বম্বে উচ্চ ন্যায়ালয়ে আৰিয়ান খানৰ লগতে তেওঁৰ সৈতে একেটা গোচৰত গ্ৰেপ্তাৰ হোৱা আৰবাজ মাৰ্চেণ্ট আৰু মুনমুন ধামেচাৰোৰ জামিন মঞ্জুৰ কৰে। আৰিখানৰ খানৰ অধিবক্তা […]