নিউজ ডেস্ক: সাংসদ আছাদুদ্দিন ওৱেইছিক কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা ‘Z’ কেটেগৰি নিৰাপত্তা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে। আজি ৰাজ্যসভাত অমিত শ্বাহে সাংসদ গৰাকীক উক্ত আহ্বান জনায়। নিজৰ বক্তব্যত গৃহ মন্ত্ৰী গৰাকীয়ে কয় যে সাংসদ গৰাকীৰ কনভয়ৰ ওপৰত যোৱা কিছুদিন পূৰ্বে হোৱা আক্ৰমণৰ ঘটনাৰ তদন্ত চলাই থকা হৈছে আৰু ৰাজ্য চৰকাৰৰ পৰা ইয়াৰ […]