Posted inদেশ-বিদেশ

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভাতৃ অসীম বেনাৰ্জীৰ ক’ভিড-১৯ত মৃত্যু

নিউজ ডেস্কঃ পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ মমতা বেনাৰ্জীৰ ভাতৃৰ অসীম বেনাৰ্জীৰ ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। অসীম বেনাৰ্জী বিগত এমাহ ধৰি ক’ভিড-১৯ত সংক্ৰমতি হৈ কলকাতাস্থিত মেডিকা ছুপাৰস্পেচিয়েলিটি হস্পিতালত চিকিৎসাধীন হৈ আছিল। আৰু পঢ়কঃতিনিচুকীয়াত ১২ বজাৰ পৰা সান্ধ্য আইন ঘোষণা কৰাৰ বাবে পৰামৰ্শ মুখ্যমন্ত্ৰীৰঅৱশেষত তেওঁ শনিবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে। কলকাতাৰ কালিঘাটস্থিত একে আৱাসিক চৌহদতে মুখ্যমন্ত্ৰীৰ সৈতে […]