Posted inNews

ৰাজ্যত ২১৮খন ‘অট’ টিপাৰ’ বাহন বিতৰণ অশোক সিংঘালৰ

নিউজ ডেস্ক-  কালি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত এখন স্বচ্ছ অসম নিৰ্মাণৰ লক্ষ্য আগত ৰাখি, স্বচ্ছ ভাৰত অভিযান আৰু অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সৌজন্যত এক কর্মশালা অনুষ্ঠিত হয়। উক্ত অনুস্থানত মুখ্য অতিথি হিচাপে অশোক  সিংঘাল উপস্থিত থাকে। উক্ত অনুস্থানত তেওঁ স্বচ্ছ ভাৰত অভিযানৰ নিৰ্দেশনা অনুসৰি শুকান আৰু ভিজা আৱৰ্জনা […]