Posted inNews

UP ৰ গেংষ্টাৰ আতিক আহমেদ আৰু ভাতৃক আৰক্ষীৰ সন্মুখতেই গুলীয়াই হত্যা

নিউজ ডেস্কঃ উত্তৰ প্ৰদেশৰ গেংষ্টাৰ আতিক আহমেদ আৰু তেওঁৰ ভায়েক আশ্ৰাফ আহমেদক শনিবাৰে নিশা গুলীয়াই হত্যা কৰা হয়। ৰাহাত কলভিন হাস্পতালত নিশা আৰক্ষীয়ে দুয়োকে চিকিৎসা পৰীক্ষাৰ বাবে লৈ যোৱাৰ সময়ত সাংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখতেই তিনিজন আক্ৰমণকাৰীয়ে উত্তৰ প্ৰদেশ আৰক্ষীৰ নিৰাপত্তা বেষ্টনী ভাঙি আতিকৰ মূৰত গুলী মাৰে। ইয়াৰ পিছত, আশ্ৰাফৰ ওপৰত গুলীচালনা কৰে। দুয়োজনৰ ঘটনাস্থলীতেই মৃত্যু […]