Posted inঅসম

চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইন ক’ভিড-১৯ পজিটিভ

গুৱাহাটী : চেঙা সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আশ্ৰাফুল হুছেইন ক’ভিড-১৯ত আক্ৰানত হৈছে। বুধবাৰে পুৱা বিধায়ক গৰাকীৰ শৰীৰত ক’ভিড পজিটিভ ধৰা পৰে। উল্লেখযোগ্য যে যোৱা ২৯ মে’ত আশ্ৰাফুল হুছেইনে ক’ভিডৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছিল। এ আই ইউ ডি এফৰ যুৱ নেতা, ২৭ বছৰীয়া আশ্ৰাফুল বিধানসভাৰ মজিয়ালৈ এইবাৰ নিৰ্বাচিত হোৱা কনিষ্ঠ বিধায়ক। তেওঁ […]