Posted inNews

ক’ত আয়োজন কৰা হ’ব এছিয়া কাপ ! IPL ৰ ফাইনেলৰ পিচতে চূড়ান্ত ঘোষণা কৰিব ACC য়ে

নিউজ ডেস্কঃ চলিত বৰ্ষৰ ছেপ্তেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া এছিয়া কাপৰ আয়োজক দেশক লৈ এতিয়াও চূড়ান্ত মন্তব্য প্ৰদান কৰা নাই এছিয়ান ক্ৰিকেট পৰিষদে। কিন্তু আই পি এলৰ ফাইনেলৰ পিচতে এছিয়া কাপৰ আয়োজক দেশ চূড়ান্ত কৰিব এছিয়ান ক্রিকেট পৰিষদে। বৃহস্পতিবাৰে বি চি চি আইৰ সচিব তথা এছিয়ান ক্ৰিকেট পৰিষদৰ সভাপতি জয় শ্বাহে কয়, ‘এতিয়ালৈ এছিয়া কাপৰ আয়োজক […]