নিউজ ডেস্ক: জৰ্ডানত অনুষ্ঠিত এছিয়ান বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জন কৰি দেশলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিলে অসম কন্যা লাভলীনা বৰগোহাঁয়ে। শুকুৰবাৰে অনুষ্ঠিত ফাইনেলত লাভলীনাই মহিলাৰ ৭৫ কেজি শাখাত দুৰ্দান্ত প্ৰদৰ্শন কৰি উজবেকিস্তানৰ প্ৰতিদ্বন্দী Ruzmetova Sokhiba-ক ৫-০ ব্যৱধানত পৰাস্ত কৰে। উল্লেখযোগ্য যে টকিয় অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰাৰ পিছত লাভলীনাই যোৱা সময়ছোৱাত বিশেষ সন্তোষজন প্ৰদৰ্শন দাঙি […]