নিউজ ডেস্ক- অসম ক্রিকেটৰ বাবে এক সুখবৰ। হংকত অনুস্থিত হ’বলগা এ চি চি ইমার্জিং মহিলা এছিয়া কাপত ৰাজ্যখনৰ প্ৰতিভাৱান মহিলা ক্ৰিকেটাৰ উমা চেত্ৰীয়ে ভাৰতীয় ‘এ’ দলত খেলিবলৈ স্থান লাভ কৰিছে। ধাৰাবাহিক প্ৰদৰ্শন আৰু উইকেটকীপিঙৰ লগতে বেটিঙটো দক্ষতা দেখুৱাই এছিয়া কাপৰ বাবে ঘোষিত ভাৰতীয় ‘এ’ দলত স্থান লাভ কৰিলে উমাই। উল্লেখ্য যে, অহা ১২ জুনৰ পৰা […]