Posted inক্ৰীড়া

কোভিডৰ বাবে অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছে Asian Games 2022

নিউজ ডেস্কঃ কোভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি চীনত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছ ২০২২ অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছে। দেশখনত পুনৰ বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ। ইতিমধ্যে কেইবাখনো চহৰত লকডাউন ঘোষণা কৰা হৈছে। এই পৰিস্থিতিত, ছেপ্টেম্বৰত চীনৰ হাংঝৌত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছ২০২২ স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে। চীনৰ ৱেবছাইট ‘চাইনা ডেইলী’ৰ প্ৰকাশিত এক খবৰ অনুসৰি শুকুৰবাৰে এক […]