Posted inক্ৰীড়া

সন্মুখত যদিও এছিয়ান গে’মছ, মোৰ লক্ষ্য এতিয়া অলিম্পিক: অম্লান বৰগোহাঁই

গুৱাহাটী: ভাৰতীয় ক্ৰীড়াক্ষেত্ৰত বৰ্তমান এক চৰ্চিত নাম হৈছে অসম সন্তান অম্লান বৰগোঁহাই। যোৱা ৬ এপ্ৰিলত কেৰেলাৰ কালিকটত অনুষ্ঠিত ২৫ সংখ্যক চিনিয়ৰ ৰাষ্ট্ৰীয় ফেডাৰেচন কাপ এথলেটিকছ প্ৰতিযোগিতাত ট্ৰেকত বিজুলী গতিত দৌৰি সকলোৰে অভিলেখ ৰচনা কৰে। নিজৰ পাৰদৰ্শিতাৰে অসমলৈ সুনাম কঢ়িয়াই অনা খেলুৱৈগৰাকীক আজি সৰুসজাই ক্ৰীড়া প্ৰকল্পত অসম এথলেটিকছ সন্থাই সম্বৰ্ধনা জ্ঞাপন কৰে। অসম এথলেটিকছ সন্থাৰ সম্পাদক […]