Posted inNews

এছিয়ান গেমছলৈ যোগ্যতা আহৰণত ব্যৰ্থ অম্লান বৰগোহাঁই

নিউজ ডেস্ক- এছিয়ান গেমছলৈ যোগ্যতা আহৰণত ব্যৰ্থ অসম-সন্তান অম্লান বৰগোহাঁই। ২০০ মিটাৰ দৌৰত অসম-সন্তান অম্লান বৰগোহাঁয়ে এছিয়ান গেমছলৈ যোগ্যতা আহৰণত ব্যৰ্থ হৈছে। ১৫–১৯ জুনত ওড়িশাত অনুষ্ঠিত ৬২ সংখ্যক ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ পুৰুষৰ ২০০ মিটাৰত সোণ জয় কৰে। তথাপিও এছিয়ান গেমছৰ যোগ্যতা আহৰণকাৰী ২০.৬১ ছেকেণ্ডৰ সময়মান স্পৰ্শ কৰিব নোৱাৰিলে। অসম-সন্তান অম্লান বৰগোহাঁয়ে ভুৱনেশ্বৰৰ কলিংগ […]